57
গুৱাহাটীঃ বিয়াগোম বিদ্যুৎ বিভাগৰ গাফিলতিত ৰাজ্যত এতিয়ালৈ প্ৰাণ গ’ল প্ৰায় ৫০ গৰাকী লোকৰ৷ বানৰ ফলত ৰাজপথত জমা হোৱা পানী আৰু জংঘলত পৰি থকা ছিঙা তাঁৰে একপ্ৰকাৰ অৰ্ধ শতাধিক লোকক হত্যা কৰিছে৷
বিভাগটোৰ বিৰুদ্ধে ৰাজ্যজুৰি ক্ষোভিত হৈ পৰিছে ৰাইজ৷ ৰাজ্যৰ দল-সংগঠনে প্ৰতিবাদ সাব্যস্ত কৰি মন্ত্ৰী পল্লৱলোচন দাসক পদত্যাগ কৰাৰ বাবে দাবী জনাই আহিছে যদিও অলৰ-অচৰ শক্তিমন্ত্ৰীগৰাকী৷