69
ছিপাঝাৰঃ বান পানীয়ে কৃষকক মাধমাৰ শোধোৱাৰ পাছত এইবাৰ খৰাঙৰ কবলক পৰিছে কৃষক৷ ৰাজ্যৰ হাজাৰ হাজাৰ কৃষকৰ কঠিয়া নষ্ট হোৱাৰ উপক্ৰম হৈছে পথাৰত পানী নোহোৱাৰ বাবে৷ ভূঁই ৰোৱা পথাৰসমূহো ছিৰাল ফাট মেলাত মূৰে কপালে হাত দিছে কৃষকে৷
ৰাজ্যৰ জলসিঞ্জন বিভাগে কোটি কোটি টকা খৰছ কৰি কৃষকক খেতিপথাৰত পানি যোগান ধৰাৰা বাবে আঁচনি ৰূপায়ম কৰে যদিও সকলো ধোৱাচাংত উঠে৷ কোটি কোটি টকা খৰছ কৰাৰ পাছতো আচনিসমূহে কোনো দিনে পানী দিব নোৱাৰে৷