92
ডিজিটেল ডেস্কঃ এডোখৰ অমূল্য হীৰাৰ গৰাকী হোৱাৰ আশা পূৰণ হ’ব সাধাৰণ ভাৰতীয়ৰ। মাত্ৰ ৯০০ টকাতে হীৰা ক্ৰয়ৰ সুৱৰ্ণ সুযোগ শীঘ্ৰে দেশবাসীয়ে লাভ কৰিব। ইতিমধ্যে আৰম্ভ হৈছে সস্তা দামত হীৰা বিক্ৰীৰ প্ৰস্তুতি।
নতুন নিয়ম অনুসৰি শীঘ্ৰে কমোডিটী এক্সেঞ্জ বোৰ্ডে ৩০, ৫০ ছেণ্ট আৰু ১ কেৰেট ওজনৰ হীৰাখণ্ড দেশৰ বজাৰত বিক্ৰী কৰিব। ছেবিৰ অনুমতিক্ৰমে সংস্থাটোৱে আৰম্ভ কৰিব খুচুৰা ব্যৱসায়।