98
ডিজিটেল ডেস্কঃ মনোৰঞ্জনৰ নতুন বাট মুকলি কৰিছে ফেচবুকে। জনপ্ৰিয় ছ’চিয়েল নেটৱৰ্কিং ছাইটটোত এইবাৰ চাব পৰা যাব হৰেক ৰকমৰ শ্ব’।
ফিকশ্যনৰ পৰা আৰম্ভ কৰি ৰিয়েলিটি শ্ব’, স্পৰ্টছৰ পৰা কুকিং ক্লাছ সকলোৱেই পোৱা যাব ফেচবুক দুনীয়াত। বৃহস্পতিবাৰে ফেচবুকৰ এই নতুন প্লেটফৰ্ম লঞ্চ কৰে মাৰ্ক জুকাৰবাৰ্গে। এই নতুন প্লেটফৰ্মৰ নাম ৰখা হৈছে watch।