ভূটানত বৰষুণ, বানত বুৰ গ’ল কোকৰাঝাৰৰ বিস্তীৰ্ণ অঞ্চল

Home ৰাজ্যভূটানত বৰষুণ, বানত বুৰ গ’ল কোকৰাঝাৰৰ বিস্তীৰ্ণ অঞ্চল

ভূটানত বৰষুণ, বানত বুৰ গ’ল কোকৰাঝাৰৰ বিস্তীৰ্ণ অঞ্চল

by News Desk
82 views
A+A-
Reset

কোকৰাঝাৰঃ ভূটানৰ দেওথাং, চানদ্ৰুপঝংখাৰ আদিকে ধৰি উত্তৰ, দক্ষিণ, মধ্য আৰু পূৱ ভূটানত ধাৰাসাৰ বৰষুণৰ পৰিণতিৰ সমান্তৰালভাৱে ভূটানৰ নামনি অঞ্চলতো বিগত দুদিন ধৰি ধাৰাষাৰ বৰষুণ অব্যাহত থকাত নামনি অসমৰ নদীসমূহৰ জলপৃষ্ঠ বিপদ সীমাৰ ওপৰেৰে বৈছে।

ভূটানৰ দেওথাং আৰু চানদ্ৰুপঝংখাৰত এইবাৰ সৰ্বাধিক পৰিমাণৰ বৰষুণ(১৪৭ মি:মি:) হোৱাৰ বাবেই ভূটানৰ পৰা বৈ অহা নৈসমূহৰ জলপৃষ্ঠ দ্ৰুতগতিত বৃদ্ধি পোৱা বুলি অনুমান কৰা হৈছে আৰু যাৰ পৰিণতিতে নামনি অসম প্লাৱিত হৈছে। আগন্তক ৪৮ ঘণ্টালৈ ভূটানত প্ৰৱল বৰষুণ অব্যাহত থাকিব বুলি ভূটানৰ ৰাষ্ট্ৰীয় বতৰ বিজ্ঞান কেন্দ্ৰই এক বিজ্ঞপ্তিযোগে প্ৰকাশ কৰিছে। 

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0