58
কোকিলাঃ বঙাইগাঁও জিলাৰ মাণিকপুৰৰ বাশবাৰী ছালাবিলাত বুধবাৰে তীব্ৰ উত্তেজনাৰ সৃষ্টি হয়। স্থানীয় পঞ্চায়তৰ সভাপতি ৰফিকুল ইছলামে বান সাহায্যৰ সামগ্ৰী চুৰি কৰাক লৈ সৃষ্টি হয় এনে পৰিস্থিতিৰ।
প্ৰাপ্ত বাতৰি মতে, সভাপতিগৰাকীয়ে চৰকাৰে সাহায্যৰ নামত যোগান ধৰা দাইল, নিমখ, মিঠাতেল আদি সামগ্ৰী নামমাত্ৰ বিতৰণ কৰি বেছি ভাগ সামগ্ৰী পঞ্চায়তৰ কোঠাত লুকাই ৰাখিছিল।