Home ৰাজ্যগৰৈমাৰী ৰাজীৱ ভৱনত স্বাধীনতা দিৱস পালন

গৰৈমাৰী ৰাজীৱ ভৱনত স্বাধীনতা দিৱস পালন

by News Desk
74 views
A+A-
Reset

গৰৈমাৰীঃ দক্ষিণ কামৰূপৰ ছয়গাঁও সমষ্টিৰ গৰৈমাৰী বিভিন্ন দল-সংগঠনে মঙলবাৰে স্বাধীনতা দিৱস পালন কৰে৷ স্থানীয় ৰাজীব ভৱনত ৭১ তম স্বাধীনতা দিৱস উৎযাপন কৰে কংগ্ৰেছ দলে। গৰৈমাৰী ৰাজীৱ ভৱনত ছাত্ৰ ছাত্ৰী সহিতে প্ৰায় দুই হাজাৰ লোকৰ উপস্থিতিত বিধায়ক ৰেকিবুদ্দিন আহমেদে পুৱা পতাকা উত্তোলন কৰে।

ভাৰতত ইংৰাজৰ শাসন কালত মহাত্মা গান্ধী, জৱাহৰলাল নেহেৰু, মৌলনা আবুল কালাম আজাদ, কনকলতাকে আদি কৰি ভালে কেইজন নেতাই স্বাধীনতা যুদ্ধত জীৱন আহুতি দিয়াৰ লগতে বহু কেইজনে কাৰাবাস খাটিব লগীয়া হৈছিল বুলি ভাষণ আগবঢ়ায় স্বাধীনতা দিৱসত সেই সকল মহান নেতাক স্মৰণ কৰি আৱেগিক হৈ পৰে বিধায়ক ৰেকিবুদ্দিন আহমেদে। প্ৰাক্তন অগপ মন্ত্ৰী ডাঃ কমলা কলিতাই ছয়গাঁও সমষ্টিত এক ত্ৰাসৰ সৃষ্টি কৰি আহিছে বুলি অভিযোগ কৰে।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0