Home ৰাজ্যৰঙিয়াত ৰেল দুৰ্ঘটনাৰ পৰা কথমপি ৰক্ষা

ৰঙিয়াত ৰেল দুৰ্ঘটনাৰ পৰা কথমপি ৰক্ষা

by News Desk
59 views
A+A-
Reset

ৰঙিয়াঃ ৰঙিয়াত কথমপি ৰক্ষা পৰিল গুৱাহাটী-ডালখোলা বিশেষ যাত্ৰীবাহী ৰেলগাড়ীখন৷ ৰেলৰ ট্ৰেকত পালচাৰ বাইক দেখি বিবুধিত পৰিল ৰেলৰ পাইলট৷ শেষত ইমাৰ্জেন্সী ব্ৰেক মাৰি ৰখাব লগা হ’ল পূৰ্ণ গতিত চলি অহা ৰেলগাড়ীখন৷

দুৰ্ঘটনাত কোনো লোক হতাহত হোৱা নাই যদিও যাত্ৰীৰ মাজত আতংকৰ সৃষ্টি হয়৷ বৰ্তমানেও ৰেলখল ৰঙিয়াৰ বৰলীয়া নৈৰ দলঙৰ ওপৰত আবদ্ধ হৈ আছে৷ ইমাৰ্জেন্সী ৰখাবলগীয়া হেতু ৰেলখনৰ ইন্ধনৰ টেংকী ফাটি যায়৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0