Home ৰাজ্যশিল্পীৰ পৰিচয়, বান বনাম জুবিন গাৰ্গ

শিল্পীৰ পৰিচয়, বান বনাম জুবিন গাৰ্গ

by News Desk
59 views
A+A-
Reset

ডিব্ৰুগড়ঃ সুন্দৰৰ পূজাৰী ৰূপকোঁৱৰ জ্যোতি প্ৰসাদ আগৰৱালাই কৈছিল- যদি শিল্পীসকলক দেশৰ শাসনভাৰ চলাব দিয়া হয়, তেন্তে দেশত কেতিয়াও হত্যা, ধৰ্ষণ, নিৰ্যাতন আদিৰ দৰে দুস্কাৰ্য সংঘটিত নহব৷ দেশৰ ৰাজপাতত শিল্পীক অধিষ্ঠিত কৰি হত্যা ধৰ্ষণ নিৰ্যাতন আদি কিমান নিৰ্মূল কৰিব পৰা যায় সেয়া নকলেও এটা কথা স্বীকাৰ্য্য যে শিল্পীৰ থাকে এটা শিল্পীসুলভ মন৷ মানুহৰ বাবে ভাবিবলৈ, মানুহৰ বাবে কান্দিবলৈ শিল্পীৰ থাকে এখন সৰল হৃদয়৷

অসমীয়া মানুহৰ হাৰ্ট থ্ৰব জুবিন গাৰ্গ কেৱল এজন কন্ঠশিল্পী নহয়, এজন শিল্পীও৷ এই শিল্পীজনাই প্ৰতি বছৰে বানাক্ৰান্তৰ মেলি দি আহিছে সহায়ৰ হাত৷ কেৱল বানাক্ৰান্ত সকলকে নহয়, আৰ্তজনৰ ওচৰত প্ৰয়োজনত সদায় থিয় হৈ অহা জুবিন গাৰ্গে বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ মাধ্যমেৰে মানুহক কৰি আহিছে সহায়৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0