77
গোলকগঞ্জঃ কেন্দ্ৰ-ৰাজ্য চৰকাৰে বছৰি কোটি কোটি টকা দিয়ে বিটিএডিৰ উন্নয়নৰ নামত৷ মাথো চাৰিখন জিলা উন্নয়নৰ বাবে কোটি কোটি টকা দিয়ে যদিও সেই টকাৰে বিটিএডিৰ উন্নয়ন হৈছেনে!
ৰাস্তা-ঘাট, পথ-দলং, বিশুদ্ধ খোৱাপানী যোগান, জলসিঞ্চনৰ ব্যৱস্থা, শিক্ষা, স্বাস্থ্য আদিৰ উন্নয়ণ হৈছেনে৷ হাগ্ৰামা মহিলাৰীয়ে সভা-সমিতিয়ে বিটিএডিক মডেল বিটিচি কৰাৰ কথা কয় যদিও প্ৰকৃততে বিটিএডি মডেল বিটিচি হৈছে নে৷ এই প্ৰশ্ন বাৰুকৈয়ে উত্থাপন হৈ আহিছে৷