Home ৰাজ্যৰংপথাৰৰ মহিলাই সংগ্ৰহ কৰিছে বান সাহায্য

ৰংপথাৰৰ মহিলাই সংগ্ৰহ কৰিছে বান সাহায্য

by News Desk
68 views
A+A-
Reset

পাঞ্জাবাৰীঃ বানৰ কবলত পৰি ৰাজ্যৰ হাজাৰ হাজাৰ লোক ককবকাই থাকিব লগা হৈছে৷ পৰ্যাপ্ত সাহায্য লাভ নকৰি হাহাকাৰ কৰি থকা লোকসকলক ৰাজ্যৰ দল-সংগঠন, স্বেচ্ছাসেৱী অনুষ্ঠানে সহায়-সহযোগ কৰিবলৈ ওলাই আহে৷ দল-সংগঠন, স্বেচ্ছাসেৱী অনুষ্ঠানে সাহায্য বিতৰণ কৰি অহাৰ সময়তে মহানগৰীৰ ফটাশিল আমবাৰীৰ ৰংপথাৰ এলেকাৰ মহিলাই বান সহায্য সংগ্ৰহ কৰাৰ বাবে ওলাই আহে৷

অঞ্চলটোৰ কেইবাটাও মহিলা সমিতিৰ সদস্যই এসপ্তাহ ধৰি বানত ঘৰ-দুৱাৰ হেৰাই এখাজ ভাতৰ বাবে হাহাকাৰ কৰা লোকসকলক সহায়ৰ বাবে পথচাৰী, ব্যৱসায়ী, চাকৰিয়াল আদিৰ পৰা বান সাহায্য সংগ্ৰহ কৰে৷ ৰাইজৰ পৰা সংগ্ৰহ কৰা নগদ ধন, কাপোৰ, খাদ্য সামগ্ৰী ৰংপথাৰৰ মহিলাসকলে ৰাজ্যৰ বানাক্ৰান্তৰ মাজত বিতৰণ কৰিব৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0