সাংবাদিকক ছুৰিকাঘাট, সুৰক্ষা মঞ্চৰ-চাবুৱা মিডিয়া ফ’ৰামৰ গৰিহণা

Home ৰাজ্যসাংবাদিকক ছুৰিকাঘাট, সুৰক্ষা মঞ্চৰ-চাবুৱা মিডিয়া ফ’ৰামৰ গৰিহণা

সাংবাদিকক ছুৰিকাঘাট, সুৰক্ষা মঞ্চৰ-চাবুৱা মিডিয়া ফ’ৰামৰ গৰিহণা

by News Desk
106 views
A+A-
Reset

ডিব্ৰুগড়ঃ সাংবাদিকৰ নিৰাপত্তা দিয়াৰ দাবী উত্থাপন কৰি অহাৰ মাজতে শনিবাৰে নিশা খোদ মহানগৰীৰ মাজমজিয়াৰ ধীৰেনপাৰাত এগৰাকী সাংবাদিকক আক্ৰমণ কৰাত ক্ষোভিত হৈ পৰিছে ৰাজ্যৰ সাংবাদিক সকল৷ গনতন্ত্রৰ চতুৰ্থ স্তম্ভ সাংবাদিকসকলে নিৰাপওাৰ অভাৱত পৰিছে ৰাজ্যত৷

কিছুদিন পুৰ্বে দৰং জিলাৰ মঙলদৈত চহৰত দিন দুপৰতে একাংশ লোকে সাংবাদিকক আক্ৰমণ কৰে৷ তাৰ পাছতে শনিবাৰে নিশা মহানগৰীত সাংবাদিকক আক্ৰমণ কৰা ঘটনাই প্ৰমাণ কৰে প্ৰকৃততে সাংবাদিকসকলে নিৰাপওাৰ অভাৱত পৰিছে৷ সাংবাদিক সুৰক্ষা মঞ্চ অাৰু চাবুৱাৰ মিডিয়া ফ’ৰামে সাংবাদিকক আক্ৰমণৰ ঘটনাক তীব্ৰ গৰিহণা দিয়ে৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0