92
ৰহাঃ ৪২ৰ ছহিদক শ্ৰদ্ধাৰে সোঁৱৰিলে ৰহাৰ বাৰপূজীয়াবাসীয়ে। ১৯৪২ চনৰ ভাৰত ত্যাগ আন্দোলনত বৃটিছৰ গুলীত প্ৰাণাহুতি দিছিল ৰহাৰ বাৰপূজীয়াৰ তিনিজনকৈ স্বাধীনতাকামী লোকে।
ৰজাঘৰে পাহৰিলেও বাৰপূজীয়াবাসীয়ে প্ৰতি বছৰে সোঁৱৰি আহিছে ছহিদ হেমৰাম পাটৰ, গুণাভি বৰদলৈ আৰু তিলক ডেকাক। আজিও উপেক্ষিত হৈ আহিছে এই ছহিদ সকলৰ পৰিয়াল।