69
কমলপুৰঃ কামৰূপ জিলাৰ কমলপুৰৰ জনপ্ৰিয় ক্লাৱৰ উদ্যোগত অনুষ্ঠিত বিংশতিতম কামিনী কান্ত মালী সোঁৱৰণি ফুটবল প্ৰতিযোগিতাৰ আজি চুড়ান্ত খেল খন অনুষ্ঠিত হয়৷
কমলপুৰ মিনি ষ্টেডিয়াম অনুষ্ঠিত চুড়ান্ত খেল খন বিয়লি তিনি বজাৰ পৰা জাপিয়া ভাই ভাই ফুটবল ক্লাব আৰু বালিসত্ৰ ফুটবল ক্লাবৰ মাজত অনুষ্ঠিত হয়৷ চুড়ান্ত খেল খন আনুষ্ঠানিকভাবে উদ্বোধন কৰে ক্লাৱৰ মূখ্য উপদেষ্টা ভবেন বৈশই।