Home ৰাজ্যজোনাই উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষৰ আজব চৰ্ত

জোনাই উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষৰ আজব চৰ্ত

by News Desk
67 views
A+A-
Reset

জোনাইঃ শিক্ষা বিভাগৰ চৰম দুৰ্দশা প্ৰতিফলিত হ’ল পুনৰ এবাৰ৷ ধেমাজি জিলাৰ জোনাইৰ পুৰণিতম উচ্চ শিক্ষাৰ শিক্ষানুষ্ঠান জোনাই উচ্চতৰ মাধ্যমিক বিদ্যালয়ত সংঘটিত হৈছে শিক্ষা বিভাগৰ এক আজৱ কাণ্ড। চৰকাৰী নিৰ্দেশ মতে যোৱা মেট্ৰিক পৰীক্ষাত ফেইল হোৱা শিক্ষাৰ্থীসকলৰ বাবে কম্পাৰ্টমেন্টেল পৰীক্ষাৰ ব্যৱস্থা কৰা হৈছিল।

উক্ত পৰীক্ষাত উত্তীৰ্ণ সকলে নামভৰ্তিৰ বাবে জোনাই উচ্চতৰ মাধ্যমিক বিদ্যালয়ত আবেদন কৰোঁতে অধ্যক্ষই শিক্ষাৰ্থীসকলক শ্ৰেনীকোঠাত বহিবলৈ নিজাববীয়াকৈ ডেস্ক-বেঞ্চ আনিব লাগিব বুলি কয়৷ অন্যথা সেইসকল শিক্ষাৰ্থীৰ নামভৰ্তী নহ’ব বুলিও ভাবুকি প্ৰদান কৰে জোনাই উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষই৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0