Home ৰাজ্যদেওমৰনৈৰ হৰেন্দ্ৰ নাথ শৰ্মালৈ জিলা কৃতী শিক্ষকৰ বঁটা

দেওমৰনৈৰ হৰেন্দ্ৰ নাথ শৰ্মালৈ জিলা কৃতী শিক্ষকৰ বঁটা

by News Desk
104 views
A+A-
Reset

দলংঘাটঃ দেওমৰনৈ অঞ্চললৈ গৌৰৱ কঢ়িয়াই দৰং জিলাৰ দীঘিৰপাৰ কমলা কুঁৱৰী মজলীয়া বিদ্যালয়ৰ শিক্ষক তথা দেওমৰনৈৰ প্ৰাক্তন ছাত্ৰ নেতা হৰেন্দ্ৰ নাথ শৰ্মাই লাভ কৰিলে জিলা কৃতি শিক্ষকৰ বঁটা৷ শিক্ষকগৰাকীয়ে জিলা কৃতি শিক্ষকৰ বঁটা লাভ কৰাৰ পাছতে দেওমৰনৈৰ বিভিন্ন দল-সংগঠন, বিভিন্ন অনুষ্ঠান-প্রতিষ্ঠান, আৰু বিশিষ্ট ব্যক্তিসকলে শিক্ষকগৰাকীৰ ঘৰলৈ গৈ শুভেচ্ছা তথা অভিনন্দন জ্ঞাপন কৰে।

দেওমৰনৈ অঞ্চলৰ বিভিন্ন সামাজিক অনুষ্ঠানৰ লগত জড়িত হৈ থকা হৰেন্দ্ৰ নাথ শৰ্মাই জিলা কৃতি শিক্ষকৰ বটাঁ লাভ কৰাত দেওমৰনৈ আঞ্চলিক ছাত্ৰ সন্থাই আন্তৰিক অভিনন্দন তথা শুভেচ্ছা জ্ঞাপন কৰে লগতে সদৌ দৰং জিলা ছাত্র সন্থাৰ উপ সভাপতি নিৰঞ্জন শইকীয়াই শুভেচ্ছা জ্ঞাপন কৰে।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
₹0
Shipping & taxes may be re-calculated at checkout
₹0