Home ৰাজ্যআমছুৰ শপত গ্ৰহণ আৰু সজাগতা সভা সম্পন্ন

আমছুৰ শপত গ্ৰহণ আৰু সজাগতা সভা সম্পন্ন

by News Desk
68 views
A+A-
Reset

নগাঁওঃ সদৌ অসম সংখ্যালঘূ ছাত্ৰ ইউনিয়ন চমুকৈ আমছুৰ নগাঁও জিলা সমিতিৰ অন্তৰ্গত ৰামপুৰ সত্ৰ আঞ্চলিক সমিতিৰ উদ্যোগত শনিবাৰে হাইডুবী হাফিজীয়া মাদ্ৰাছা প্ৰাংগণত অনুষ্ঠিত কৰা হয় শপত গ্ৰহণ আৰু সজাগতা সভা৷

শিক্ষক মিজানুৰ ৰহমানৰ সঞ্চালনাত অনুষ্ঠিত সভাখনত আমছুৰ নগাঁও জিলা সমিতিৰ সভাপতি মোশ্বাৰফ হুছেইন কবিৰে মুখ্য অতিথি ৰূপে অংশগ্ৰহণ কৰি মাদ্ৰাছাসমূহত শিক্ষাৰ মান অধিক ত্বৰাম্বিত কৰি তোলাৰ অৰ্থে অনতিপলমে মাদ্ৰাছা টেট উত্তীৰ্ণ শিক্ষকক নিযুক্তি দিবলৈ চৰকাৰৰ প্ৰতি আহ্বান জনায়৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0