Home ৰাজ্যবাৰেচহৰীয়া ভাওনা মহোৎসৱ উদযাপন সমিতিৰ সংবাদমেল

বাৰেচহৰীয়া ভাওনা মহোৎসৱ উদযাপন সমিতিৰ সংবাদমেল

by News Desk
A+A-
Reset
fff39f5f-bfb2-4e31-a61b-93101179103c

ইটাখোলাঃ জামুগুৰিহাটৰ ঐতিহ্যমণ্ডিত বাৰেচহৰীয়া ভাওনা মহোৎসৱ উদযাপন সন্দৰ্ভত আজি বাৰেচহৰীয়া ভাওনা উদযাপন সমিতিৰ মূখ্য কাৰ্যালয়ত এখন সংবাদ মেলৰ আয়োজন কৰা হয়৷

সংবাদমেলত বাৰেচহৰীয়া ভাওনা মহোৎসৱ উদযাপন সমিতিৰ সভাপতি তথা চতিয়া বিধান সভা সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই বাৰেচহৰীয়া ভাওনা মহোৎসৱভাগ আগন্তক বৰ্ষৰ ১, ২, ৩, আৰু ৪ মাৰ্চত অনুষ্ঠিত কৰা হ’ব বুলি আনুষ্ঠানিকভাবে ঘোষণা কৰে৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0