Home ৰাজ্য২৪x৭ শিক্ষক! দেওবৰীয়া নিৰ্দেশক লৈ বিপদ

২৪x৭ শিক্ষক! দেওবৰীয়া নিৰ্দেশক লৈ বিপদ

by News Desk
62 views
A+A-
Reset

নামতিঃ ৰাজ্যত চৰকাৰীভাৱে পুনৰ শিক্ষকক হাৰাশাস্তি কৰাৰ অভিযোগ উত্থাপিত হৈছে। ১৫-২০ বছৰ চাকৰি কৰা শিক্ষকক পুনৰ পৰীক্ষা দি ভাল নম্বৰ লৈ উত্তীৰ্ণ হোৱাৰ লগতে বিভিন্ন ডিগ্ৰী ল’বলৈ চৰকাৰে নিৰ্দেশ দি আহিছে৷ ইয়াৰ মাজতে বন্ধৰ দিনটোতো একাংশ শিক্ষকে বিদ্যালয়ত উপস্থিত থাকি কাম কৰিবলগীয়াত পৰিছে।

সর্বশিক্ষা মিছন অথবা শিক্ষা বিভাগে নিম্ন আৰু উচ্চ প্রাথমিক বিদ্যালয়সমূহত বিগত কিছু দিনৰ পৰা দেওবাৰ অথবা আন বন্ধৰ দিনত শৈক্ষিক বিষয়ক বিভিন্ন কার্যসূচী ৰূপায়ণ কৰিবলৈ নির্দেশ দিয়াৰ পাছতে শিক্ষকসকলে এই দায়িত্ব পালন কৰিবলৈ  বাধ্য হৈছে। দেওবাৰৰ দিনটোত তেনে কার্যসূচী ৰূপায়ণ কৰিবলৈ গৈ বিশেষভাৱে ক্ষতিগ্রস্ত হৈছে ডিপ্লমা পাঠ্যক্রমৰ প্রশিক্ষণ লৈ থকা শিক্ষকসকল। 

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0