Home ৰাজ্যতামুলপুৰ, চৰাইদেউত আছুৰ জোঁৰ সমদল

তামুলপুৰ, চৰাইদেউত আছুৰ জোঁৰ সমদল

by News Desk
52 views
A+A-
Reset

তামুলপুৰ/চৰাইদেউঃ আছুৰ আহ্বানত হাতে হাতে জোঁৰলৈ ৰাজ পথলৈ ওলাই আহিল ৰাইজ৷ অসম চুক্তি ৰূপায়ন, ভাৰত বাংলাদেশ সীমান্ত ছীল, অবৈধ হিন্দু বাংলাদেশীক সংস্থাপনৰ বিৰুদ্ধে ৰাজ্য জুৰি আছুৱে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ৰাজ্যজুৰি৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে আছুৰ প্ৰতিবাদত উত্তাল হ’ল বাক্সা জিলাৰ তামুলপুৰ অঞ্চল৷

তামুলপুৰ মহকুমা ছাত্ৰ সন্থাৰ আহ্বানত ওলাই অহা কেইবা শতাধিক লোকে জোৰ সমদল কাৰ্যসূচীত অংশ গ্ৰহণ কৰি ভাৰত বাংলাদেশ সীমান্ত ছীল কৰক, বিদেশী বহিস্কাৰ কৰক, ১৯৭১ চনৰ পাছৰ হিন্দু বাংলাদেশীক সংস্থাপন দিব দিয়া নহ’ব, সৰ্বানন্দ সোণোৱাল মুৰ্দাবাদ, অসম চৰকাৰ হায় হায় শ্ল’গান দি আকাশ-বতাহ কপাই তোলে।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0