Home ৰাজ্যচাহ জনজাতি ছাত্ৰ সন্থাৰ ৫০ ঘন্টীয়া অনশনৰ সমাপ্তি

চাহ জনজাতি ছাত্ৰ সন্থাৰ ৫০ ঘন্টীয়া অনশনৰ সমাপ্তি

by News Desk
62 views
A+A-
Reset

লখিমপুৰঃ অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ ৫০ ঘন্টীয়া অনশনৰ আজি সামৰণি পৰে। ৰাজ্যৰ চাহ জনজাতিৰ লোক সকলে অধিকাৰৰ পৰা বঞ্চিত হোৱৰ প্ৰতিবাদত চাহ জনজাতি ছাত্ৰ সন্থাই বৃহস্পতিবাৰৰ পৰা ৫০ ঘন্টীয়া অনশন ধৰ্মঘট কাৰ্যসূচী পালন কৰিছিল৷

প্ৰায় ২০০ বছৰে অসমত থাকি হাড়ভঙা পৰিশ্ৰমেৰে অসমৰ চাহ শিল্পক জীয়াই ৰখা এইসকল চাহ জনজাতিৰ লোকে সকলো চৰকাৰী অধিকাৰৰ পৰা বঞ্চিত হৈ আহিছে৷ মাহিলি বেতনৰ পৰা চৰকাৰী চিকিৎসা সেৱালৈ, শিক্ষাৰ পৰা চৰকাৰী আঁচনিলৈ সকলো নূন্যতম প্ৰাপ্যৰ পৰা বঞ্চিত হৈ অহা চাহ জনজাতিৰ লোকসকলক চৰকাৰে কোনো গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ উত্থাপন কৰে চাহ জনজাতি ছাত্ৰ সন্থাই৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0