Home ৰাজ্যকামপুৰত ধুমুহা-বৰষুণত বিস্তৰ ক্ষতিসাধন

কামপুৰত ধুমুহা-বৰষুণত বিস্তৰ ক্ষতিসাধন

by News Desk
76 views
A+A-
Reset

বাহাকাবাৰীঃ দেওবাৰে দুপৰীয়া হঠাৎ অহা ধুমুহা-বৰষুণে কামপুৰত বিস্তৰ ক্ষতিসাধন কৰে৷ কামপুৰৰ বাহাকাবাৰী-বগলাজান অঞ্চলত হঠাৎ অহা প্ৰচণ্ড ধুমুহা বৰষুণে একপ্ৰকাৰ তাণ্ডৱৰ সৃষ্টি কৰে। বহু পৰিয়ালৰ বাসগৃহত প্ৰকাণ্ড প্ৰকাণ্ড গছ বাগৰি পৰে৷

ফলত টিনপাত তথা বাসগৃহ সমূহৰ ক্ষতিসাধন হয়৷ আনহাতে বিদ্যুৎৰ তাঁৰ আৰু খুটা ছিঙি পৰাৰ লগতে উঘালি পৰাত বিদ্যুৎ সেৱা ব্যাহত হৈ পৰে অঞ্চলটোত। বিশ্বকৰ্মা পূজা চলি থকাৰ মাজতে হঠাৎ অহা প্ৰচণ্ড ধুমুহা-বৰষুণে ম্লান কৰে বিশ্বকৰ্মা পূজাৰ আনন্দ। ঘৰ-বাৰী, গছ-গছনি ভাঙি ব্যপক ক্ষতিসাধন হয় অঞ্চলটোত।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0