Home দেশশিক্ষকে ধৰ্ষণ কৰিলে দ্বাদশ শ্ৰেণীৰ ছাত্ৰীক

শিক্ষকে ধৰ্ষণ কৰিলে দ্বাদশ শ্ৰেণীৰ ছাত্ৰীক

by News Desk
85 views
A+A-
Reset

ডিজিটেল ডেস্কঃ ৰাজস্থানৰ চিকাৰ জিলাৰ অজিতগড়ৰ এগৰাকী ছাত্ৰীক বিগত কেবাদিন ধৰি নিজ স্কুলৰ শিক্ষকে ধৰ্ষণ কৰাৰ ফলত ছাত্ৰীগৰাকী অন্তঃসত্বা হোৱাৰ ঘটনাই সংবাদ মাধ্যমত ব্যাপক চৰ্চা লাভ কৰিছে৷ চিকাৰ জিলাৰ জনতা বাল নিকেতনৰ দ্বাদশ শ্ৰেণীৰ ছাত্ৰী এগৰাকীক শিক্ষক জগত সিঙে বিগত কেবাদিন ধৰি উপৰ্যুপৰি ধৰ্ষণ কৰে৷

ছাত্ৰীগৰাকী গৰ্ভৱতী হোৱা বুলি অৱগত হোৱাত ভণ্ড শিক্ষক অজিতে গৰ্ভপাত কৰোৱাৰ বাবে জোৰ কৰি ব্যক্তিগত চিকিৎসালয়লৈ লৈ যায়৷ দুজন লোকৰ হতুৱাই চিকিৎসালয়লৈ নি গৰ্ভপাত কৰোৱাই ছাত্ৰীগৰাকীক নিজ ঘৰত থৈ আহে৷ ঘৰত থৈ অহাৰ পিছৰে পৰা ছাত্ৰীগৰাকীৰ ৰক্তক্ষৰণ হ’ব ধৰে৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0