58
ধিংঃ ফুটবল মহাৰণত নামিল শিক্ষয়ত্ৰীৰ বিৰুদ্ধে শিক্ষয়ত্ৰী। কোনোৱে যদি পিন্ধিছে শাৰী। কোনোৱে অাকৌ পৰিধান কৰিছে চাদৰ মেখেলা। সকলোৰে ৰনচণ্ডী ৰূপ। লক্ষ্য ফুটবলত।
কোনোৱে ফুটবলটোত প্ৰচণ্ড গোৰ সোধাই প্ৰমাণ কৰিছে মহিলা কেতিয়াও পুৰুষতকৈ কম নহয়। কোনোৱে অাকৌ অাপ্ৰাণ চেষ্টা কৰিও চুবৰ সুবিধাই নাপালে। তথাপিও সকলোৰে মনত অানন্দ।