Home ৰাজ্যজিৰ’ টলাৰেন্স, নিশা ৰঙিয়াৰ ধাবাত বহে বিটিএডিৰ কাৰ্যালয়

জিৰ’ টলাৰেন্স, নিশা ৰঙিয়াৰ ধাবাত বহে বিটিএডিৰ কাৰ্যালয়

by News Desk
57 views
A+A-
Reset

ৰঙিয়াঃ দুৰ্নীতি সন্দৰ্ভত জিৰ’ টলাৰেন্সৰ কথা কোৱা মিত্ৰজোঁটৰ চৰকাৰৰ বিষয়া-অভিযন্তাই আজিও মুকলিকৈ কৰি আহিছে দুৰ্নীতি৷ দুৰ্নীতিৰ বিৰুদ্ধে বৰ বৰ কথা কোৱা বিজেপি নেতৃত্বাধীন চৰকাৰৰ বিষয়া-কৰ্মচাৰীয়ে ধাবাত কাৰ্যালয় পাতি লুন্ঠন চলোৱাৰ ঘটনা পোহৰলৈ অহাৰ পাছতে ৰঙিয়া তথা বিটিএডি অঞ্চলত চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ বিটিএডিৰ দুটি খণ্ড উন্নয়ণ বিষয়াৰ কাৰ্যালয়ৰ বিষয়াই মদৰ আড্ডা পাতি ধাবাৰ কোঠাত দমে দমে ফাইল, ছীল লৈ বেকডেটেত চেকত স্বাক্ষৰ কৰি ধন ঘটাৰ ফান্দ পতা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে ৰাজ্যত৷

দুৰ্নীতি নিৰ্মূলৰ শ্ল’গান দি শাসনৰ গাদী দখল কৰা অগপ, বিজেপি আৰু বিপিএফে দুৰ্নীতি সন্দৰ্ভত একপ্ৰকাৰ হাত উজান দি মুকলিকৈ ধাবাত কাৰ্যালয় পাতি চেকত চহী কৰি থকা ঘটনাই সংঘটিত হৈছে ৰঙিয়াত৷ সোমবাৰে নিশা ৰঙিয়া চহৰৰ এখম ধাবাৰ এটি কোঠাত বিটিচিৰ ভিচিডিচিৰ অধ্যক্ষ, সদস্য, খণ্ড উন্নয়ন বিষয়াসহ কেবাগৰাকী লোক গোট খায় প্ৰথমে মদৰ পাৰ্টী কৰে৷ তাৰ পিছত গাড়ীত ভৰাই লৈ অহা জাপে জাপে ফাইল স্বাক্ষৰ কৰাৰ লগতে চেক পাতত এফালৰ পৰা স্বাক্ষৰ কৰিবলৈ ধৰে৷ এই খবৰ লাভ কৰে ৰঙিয়াৰ কেবাগৰাকী সাংবাদিকে৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0