55
নামতিঃ শিৱসাগৰ জিলাৰ আমগুৰি আৰক্ষী থানাৰ অন্তৰ্গত নামতি সমীপৰ কঁহাৰ গাঁৱৰ এজন যুৱক যোৱা ১৪ ছেপ্তম্বৰত পৰা ৰহস্যজনকভাৱে নিৰুদ্দেশ হৈ আছে।
ঘটনা সন্দর্ভত জানিৱ পৰা মতে, গাঁওখনৰ অজিত বৰুৱা আৰু ৰেণু বৰুৱাৰ পুত্ৰ ৰাহুল কৌশিক বৰুৱাই উক্ত দিনা নিজৰ বিচনাৰ ওপৰত এখন চুইচাইদ নোট এৰি থৈ যায়।