66
ডিজিটেল ডেস্কঃ এবছৰৰ বিৰতিৰ পিছত বলিউড জগতলৈ পুনৰ উভটি আহিল বলীউডৰ ‘দেছী বয়জ’ জন আব্ৰাহম৷ শেহতীয় চিনেমা ‘ধিচুম’ত এজন পুলিচ অফিচাৰৰ ভূমিকাত অভিনয় কৰা জন আব্ৰাহামক এইবাৰ দৰ্শকে দেখিব আৰ্মি অফিচাৰৰ ৰূপত৷
১৯৯৮ চনত ৰাজস্থানৰ পোখৰাণত হোৱা সফল পৰমাণু পৰীক্ষণৰ ওপৰত আধাৰ কৰি নিৰ্মাণ কৰা এই ছবিখনৰ নাম ‘পৰমাণুঃ দ্য ষ্টৰী অৱ্ পোখৰাণ’৷ অলপতে ছবিখনৰ পোষ্টাৰ ৰিলিজ কৰা হয়৷