অৱশেষত ধৰ্মঘট প্ৰত্যাহাৰ কৰিলে ডিফু নগৰ সমিতিৰ চাফাই কৰ্মীয়ে

Home ৰাজ্যঅৱশেষত ধৰ্মঘট প্ৰত্যাহাৰ কৰিলে ডিফু নগৰ সমিতিৰ চাফাই কৰ্মীয়ে

অৱশেষত ধৰ্মঘট প্ৰত্যাহাৰ কৰিলে ডিফু নগৰ সমিতিৰ চাফাই কৰ্মীয়ে

by News Desk
53 views
A+A-
Reset

ডিফুঃ আজিৰে পৰা ডিফু নগৰ সমিতিৰ চাফাই কৰ্মী সকলৰ অনিৰ্দিষ্টকালীন ধৰ্মঘট সাময়িক ভাবে প্ৰত্যাহাৰ কৰা হ‌’ল৷ চাফাই কৰ্মী সকলৰ ৫৫ মাহৰ বকেয়া দৰমহা আদায়ৰ দাবীত কৰ্ম বিৰতি পালন কৰি আছিল৷ আজি এমাহৰ দৰমহা মুকলি কৰি দিয়াৰ ফলত চাফাই কৰ্মী সকলে পুনৰ কামত যোগদান কৰাৰ লগে লগে আগন্তুক শাৰদীয় দূৰ্গা পূজাত চহৰখন পৰিষ্কাৰ হৈ থকাটো স্পষ্ট হৈ পৰিছে৷

আনহাতে চাফাই কৰ্মী সকলৰ ধৰ্মঘট প্ৰত্যাহাৰত ৰাইজে স্বস্তিৰ নিশ্বাস পেলাইছে৷ আজি ডিফু নগৰ সমিতিৰ সভা গৃহত এখন জৰুৰী সভা অনুষ্ঠিত হয়। এই সভাত নগৰ উন্নয়ন বিভাগ পৰিষদৰ যুতীয়া সচিব ধনেশ্বৰ ইংতি, কাৰ্য্যবাহী অভিযন্তা নিপু দত্তৰ লগতে নগৰ সমিটীৰ অনান্য বিষয়ববীয়া সকল তৃতীয়-চতুৰ্থ বৰ্গ তথা চাফাই কৰ্মী সকলৰ সৈতে মিলিত হৈ এক গুৰুত্বপূৰ্ণ মত বিনিময় কৰে৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0