Home ৰাজ্যএক লাখৰ অফাৰ! পূজা চোৱা নহ’ব বেচেৰা ভূপেশৰ

এক লাখৰ অফাৰ! পূজা চোৱা নহ’ব বেচেৰা ভূপেশৰ

by News Desk
64 views
A+A-
Reset

মঙলদৈঃ দুৰ্নীতি সন্দৰ্ভত জিৰ’ টলাৰেন্সৰ কথা কোৱা ৰাজ্যৰ বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটৰ চৰকাৰৰ বিষয়া-অভিযন্তাই এতিয়া ধন ঘটাৰ বাবে ৰাজ্যত পাতিছে মুকলি বজাৰ৷ দুৰ্নীতি নাশ কৰাৰ প্ৰতিশ্ৰুতি দি ৰাজ্যৰ শাসন ভাৰ লোৱা অগপ, বিজেপি আৰু বিপিএফ মিত্ৰজোঁটৰ চৰকাৰৰ নাকৰ তলতে এতিয়া চলিব ধৰিছে ব্যাপক দুৰ্নীতি৷ দুৰ্নীতিৰ বিৰুদ্ধে বৰ বৰ কথা কোৱা বিজেপি নেতৃত্বাধীন চৰকাৰখনৰ বিষয়া-কৰ্মচাৰীয়ে এতিয়াও উপঢৌকন ল’বলৈ কুন্ঠাবোধ নকৰে৷

মাথো দুদিন পূৰ্বে ৰঙিয়াৰ ধাবাত কাৰ্যালয় পাতি বিটিএডিৰ দুটাকৈ খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়ৰ বিষয়াই দমে দমে ফাইল, ছীল লৈ বেকডেটেত চেকত স্বাক্ষৰ কৰি ধন ঘটাৰ ফান্দ পতাৰ ঘটনাই চাঞ্চল্য মাৰ নৌযাওঁতেই এইবাৰ এক লাখ লৈ হাতে-লোটে ধৰা পৰিল দৰং জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া৷ দুৰ্নীতি নিৰ্মূলৰ শ্ল’গান দি শাসনৰ গাদী দখল কৰা অগপ, বিজেপি আৰু বিপিএফে দুৰ্নীতি সন্দৰ্ভত একপ্ৰকাৰ হাত উজান দি যেন আত্মসমৰ্পন হে কৰিলে৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0