62
চাবুৱাঃ ডিব্ৰুগড় জিলাৰ চাবুৱাস্থিত ডি ডি আৰ মহাবিদ্যালয় কৰ্তৃপক্ষই সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাক অপমান কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে বৃহত্তৰ অসমীয়া যুৱ মঞ্চই৷
উল্লেখ্য যে, ডিব্ৰুগড় জিলাৰ চাবুৱাৰ একমাত্ৰ উচ্চ শিক্ষানুষ্ঠান ডি ডি আৰ মহাবিদ্যালয়ত চৰকাৰী আৱন্টন দিয়া পুজিৰে প্ৰেক্ষাগৃহ নিৰ্মাণ কৰি সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ নামত উৎসৰ্গা কৰিছিল।