Home ৰাজ্যশোনিতপুৰ জিলাত দশমীৰ দিনা ড্ৰাই দে ঘোষণা

শোনিতপুৰ জিলাত দশমীৰ দিনা ড্ৰাই দে ঘোষণা

by News Desk
57 views
A+A-
Reset

তেজপুৰঃ দুর্গাপূজা আৰু মহৰম উপলক্ষে শোনিতপুৰত জিলাত দুয়োটা উৎসৱ শান্তি-শৃংখলা অটুট ৰাখি পালন কৰিবলৈ শোনিতপু জিলা প্রশাসনে ৰাইজলৈ আহ্বান জনাইছে। পূজাৰ সময়ছোৱাত যাতে কোনোৱে কূটাঘাত মূলক কার্য্য সংঘটিত কৰিব নােৱাৰে, তাৰ বাবে আৰক্ষী-প্রশাসনে পূজাৰ দিনকেইটাত নিৰাপত্তা ব্যৱস্থা কটকটীয়া অধিক কটকটীয়া কৰি তোলা হ’ব৷

আজি শোনিতপুৰ জিলা উপায়ুক্তৰ সন্মিলিত কক্ষত আয়োজিত এখন সংবাদ মেলত এই কথা সদৰী কৰে জিলা উপায়ুক্ত মনোজ কুমাৰ ডেকাই। দুর্গাপূজা, বিজয়া দশমী আৰু দছেৰা উৎসৱৰ কেইদিনত যাতে কোনো ধৰণৰ গণ্ডগোলৰ সৃষ্টি নহয়, তাৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণ কৰা বুলিও জানিবলৈ দিয়ে।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0