94
বিশেষ NNO প্ৰতিবেদনঃ ৰাষ্ট্ৰদ্ৰোহী সজাই ৰাষ্ট্ৰীয় নিৰাপত্তা আইনৰ অধীনত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতা অখিল গগৈক আটক কৰাৰ পিছতে উত্তাল হৈ পৰিছে সমগ্ৰ ৰাজ্য। ৩৩ টা গোচৰৰ আঁত ধৰি ৰাষ্ট্ৰীয় নিৰাপত্তা আইন চমুকৈ এন এছ এ জাপি দিয়াৰ পিছতে ৰাজ্যৰ ভিন্ন প্ৰান্তত কৃষক মুক্তিয়ে প্ৰতিবাদী কাৰ্যসূচী হাতত ল’বলৈ যোজা চলোৱা দেখা গৈছে।
CLICK ►টিভিত নহয়, বাস্তৱত এইবাৰ কইনা হ’ব ভাৰতী