54
কাজিৰঙাঃ কাজিৰঙাত সংঘটিত হ’ল এক চাঞ্চল্যকৰ ডকাইটি কাণ্ড৷ দুৰ্বৃত্তই বন্দুক দেখুৱাই ব্যৱসায়ীৰ পৰা লুটি নিলে নগদ ধনৰ লগতে প্ৰায় ৫০ টা ম’বাইল৷
জানিব পৰা মতে কাজিৰঙাৰ কুঠৰীৰ লক্ষ্মী ইলেকট্ৰনিক নামৰ ব্যৱসায়ীক প্ৰতিষ্ঠানটোৰ স্বত্বাধীকাৰী জিতু চাহুৱে মঙলবাৰে নিশা নিজৰ ব্যৱসায় প্ৰতিষ্ঠানখন বন্ধ কৰি ঘৰলৈ উভটিব লৈছিল৷