81
ধনশিৰিঃ শাৰদীয় দুৰ্গা পূজাৰ আনন্দৰ মাজতে পূজাৰ বজাৰ কৰিবলৈ গৈ যোৱা ১০ দিনেই সন্ধানহীন হৈ আছে এহাল মাতৃ-পুত্ৰ৷
গোলাঘাট জিলাৰ ধনশিৰি মহকুমাৰ ২নং চুঙাজানৰ পেচাত শিক্ষক ৰবি আলে নামৰ ব্যক্তিগৰাকীৰ পত্নী জিমি তামাং আলে (২৯)এ পুত্ৰ ৰাজদ্বীপ আলে (১৩)ক লগত লৈ যোৱা ১৮ ছেপ্তেম্বৰত সমীপৱৰ্তী কাৰ্বি আংলং জিলাৰ বোকাজানলৈ পূজাৰ বজাৰ কৰিবলৈ গৈছিল৷