Home ৰাজ্য‘পুতলা পিষ্টলৰ সলনি এখন গ্ৰন্থ উপহাৰ দিয়ক’

‘পুতলা পিষ্টলৰ সলনি এখন গ্ৰন্থ উপহাৰ দিয়ক’

by News Desk
48 views
A+A-
Reset

বঢ়মপুৰঃ ‘পুতলা পিষ্টলৰ সলনি এখন গ্ৰন্থ উপহাৰ দিয়ক’- বাণীৰে পুনৰায় পুৰণিগুদামত আৰম্ভ হ’ল দ্বাবিংশতি শাৰদীয় পুৰণিগুদাম শিশু গ্ৰন্থমেলা, ২০১৭৷ শাৰদীয় দুৰ্গোৎসৱৰ সমান্তৰালকৈ পুৰণিগুদাম প্ৰেছ ক্লাবে বিগত ২১ বছৰে সফলতাৰে আয়োজন কৰি অহা এই শিশু গ্ৰন্থমেলা খনে এই বছৰ ভৰি দিলে ২২ বছৰত।

এইবাৰো অতি আড়ম্বৰপূৰ্ণ ভাবে আয়োজন কৰা ‘কিতাপ পঢ়ক জগত চিনক, কিতাপ পঢ়ক জগত জিনক’ শীৰ্ষক গ্ৰন্থমেলাখন প্ৰেছ ক্লাবৰ সভাপতি তপন কটকীয়ে পতাকা উত্তোলনৰে বুধবাৰে পুৱা শুভাৰাম্ভ কৰাৰ পিছত উপস্থিত হোৱা নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মা সহ ৰেল দপ্তৰৰ কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী ৰাজেন গোহাঁইয়ে আনুষ্ঠানিক ভাবে দ্বাৰ উন্মোচন কৰে।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0