67
চাবুৱাঃ বনমন্ত্ৰী প্ৰমিলাৰাণী ব্ৰক্ষ্মই বন বিভাগৰ দায়িত্ব লোৱাৰ পিছৰে পৰা তিনিচুকীয়া আৰু ডিব্ৰুগড় জিলাত ব্যাপক হাৰত বৃদ্ধি পাইছে চোৰাং কাঠৰ বেহা৷
বন বিভাগৰ চকুৰ সন্মুখতে অব্যাহত থকা চোৰাং কাঠৰ ৰমৰমীয়া বেপাৰৰ খবৰ আজি News Next one ত প্ৰকাশ পোৱাৰ পিছত বনমন্ত্ৰীক তীব্ৰ সমালোচনা কৰিছে সদৌ অসম মটক যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সভাপতি যুগল বৰুৱাই।