Home ৰাজ্যআজি মহানৱমী, সাধুৰ ৰক্ষা, অসুৰ বধৰ বাবে প্ৰাৰ্থনা

আজি মহানৱমী, সাধুৰ ৰক্ষা, অসুৰ বধৰ বাবে প্ৰাৰ্থনা

by News Desk
55 views
A+A-
Reset

গুৱাহাটীঃ আজি মহা নৱমী৷ হিন্দু সম্প্ৰদায়ৰ ধর্মীয় উৎসৱ শাৰদীয় দুর্গাপূজাৰ আজি চতুর্থ দিন৷ শুকুৰবাৰে উলাহ-মালহেৰে মহানৱমী পালন কৰিব ৰাজ্যবাসীয়ে। শুকুৰবাৰে পুৱাৰে পৰা দেৱী দুৰ্গাৰ ভক্তই পূজা মণ্ডৱ সমুহত ভীৰ কৰিছে৷ হাতে হাতে পুস্পাঞ্জলী লৈ থিয় হৈ থকা পৰিলক্ষিত হৈছে শ শ ভক্তক৷ মহা ধূমধামেৰে ৰাজ্যৰ ইমুৰৰ পৰা সিমুৰলৈ ৰাইজ হিল-দল ভাঙি নৱমীৰ বাবে ওলাই অহা পৰিলক্ষিত হৈছে৷

বৃহস্পতিবাৰে মহাষ্টমী পালন কৰাৰ পিছত নৱমীৰ বাবে সাজি-কাছি ওলাই আহিছে আৱাল, বৃদ্ধ, বনিতা৷ বৃহস্পতিবাৰে নিশা ৯-৪৫ পৰা শনিবাৰৰ পুৱা ৯-৫৮ বজাত মহানৱমীৰ পূজা সমাপন কৰিব বুলি জানিব পৰা গৈছে৷ মহানৱমীত যজ্ঞ অনুষ্ঠিত কৰাৰো প্ৰবাদ আছে বুলি জানিব পৰা যায়৷ মহানৱমীত ভক্তই দেৱী দুৰ্গাক দেশ, জাতী, বিশ্বৰ শান্তিৰ বাবে প্ৰাৰ্থনা জনাব৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0