Home গুৱাহাটীআমাক কোনে কৰিলে লজ্জানত

আমাক কোনে কৰিলে লজ্জানত

by News Desk
57 views
A+A-
Reset

গুৱাহাটীঃ ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ লগতে সমগ্ৰ বিশ্ববাসীৰ দৃষ্টি নিবদ্ধ হৈ আছিল অসমৰ ওপৰত৷ বিদেশী মিডিয়া, বিদেশী ফটোগ্ৰাফাৰেৰে ভৰি পৰিছে আমাৰ ৰাজ্যৰ ৰাজধানী গুৱাহাটী মহানগৰী৷ আইচিচি-ফিফাৰ কেবাগৰাকী বিষয়া, ৰেফাৰি, বৰ্তমানেও গুৱাহাটীতে আছে৷ কেৱল ৰেফাৰি বিষয়াই নহয় বিশ্বৰ আগশাৰীৰ ক্ৰিকেটৰ দল অষ্ট্ৰেলিয়া আৰু ঘৰুৱা দল ভাৰতৰ খেলুৱৈ আৰু তিনিটা আগশাৰীৰ ফুটবল দল বুধবাৰলৈ অসমতে থাকিব। বিশ্বৰ ক্ৰীড়া অনুৰাগীয়ে অসমত অনুষ্ঠিত হ’বলগীয়া ফুটবল আৰু ক্ৰিকেট প্ৰতিযোগিতা চাবলৈ উৎসুক হৈ আছে ৷

বিশ্বৰ কেবাখনো দেশৰ তাৰকা ফুটবল খেলুৱৈয়ে ভৰিৰ যাদু দেখুৱাই আহিছে৷ নিতৌ অসমৰ মাটিত অনুশীলন কৰাৰ পৰা মেচত অংশ লৈছে বিশ্বৰ আগশাৰীৰ তাৰকা যুৱ ফুটবলাৰে৷ বিশ্বৰ ক্ৰীড়া অনুৰাগীৰ লগতে ৰাজ্যৰ লাখ লাখ ফুটবল অনুৰাগীয়ে ফুটবলৰ যাদু উপভোগ কৰিছে৷ গুৱাহাটী যেন ফুটবলৰ জ্বৰত আক্ৰান্ত৷ লাখ লাখ ফুটবল অনুৰাগী ফুটবল খেল  চাই বলিয়া হৈ থকাৰ সময়তে ভাৰত-অষ্ট্ৰেলিয়াৰ এখন হাই ভল্টেজ ক্ৰিকেট মেচে অধিক সকলোকে উৎসাহিত কৰিলে৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0