Home দেশস্বামীয়ে ১৮ বছৰতকৈ কম বয়সৰ পত্নীৰে কৰিব নোৱাৰিব যৌন মিলন

স্বামীয়ে ১৮ বছৰতকৈ কম বয়সৰ পত্নীৰে কৰিব নোৱাৰিব যৌন মিলন

by News Desk
75 views
A+A-
Reset

ডিজিটেল ডেস্কঃ স্বামীয়ে এতিয়াৰ পৰা ১৮ বছৰৰ কম বয়সৰ পত্নীৰে কৰিব নোৱাৰিব যৌন মিলন৷ নাবালিকা পত্নীৰ সৈতে যৌন সম্পৰ্ক কৰিলে এতিয়াৰ পৰা ধৰ্ষণ ৰূপে গন্য কৰা হ’ব৷ ইমানে নহয় এতিয়াৰ পৰা ইয়াক অপৰাধ হিচাপে গন্য কৰা হ’ব৷ এই ৰায় প্ৰদান কৰে দেশৰ শীৰ্ষ আদালতে৷

উচ্চতম ন্যায়লয়ে ১৫-১৮ বছৰৰ বয়সৰ পত্নীৰ সৈতে যৌন সম্পৰ্ক ধৰ্ষণৰ সমান বুলি কয়৷ ভাৰতীয় আইনৰ ৩৭৫ ধাৰা মতে ১৮ বছৰৰ কম বয়সৰ পত্নীৰ সন্মতিত শাৰিৰীক সম্পৰ্ক স্থাপন কৰি পুৰুষ সাৰি গৈছিল৷ চৰকাৰ তথা সংসদে কেনেকৈ ১৮ বছৰৰ কম বয়সৰ পত্নীক যৌন সম্পৰ্ক সন্দৰ্ভত এৰি দিব৷ কিয়নো কিশোৰীক ১৮ বছৰৰ পিছতহে প্ৰাপ্ত বয়স্ক হোৱা বুলি ধৰা হয়৷ এনেবোৰ প্ৰশ্ন উত্থাপন কৰি উচ্চতম ন্যায়লয়ত ৰাজহুৱা আবেদন দাখিল কৰা হৈছিল৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0