Home ক্ৰীড়াতৰণী আৰিমত্ত ফুটবল ক্লাবৰ ছেমিফাইনেলত চামতা মিলন সংঘ

তৰণী আৰিমত্ত ফুটবল ক্লাবৰ ছেমিফাইনেলত চামতা মিলন সংঘ

by News Desk
A+A-
Reset
internet

তুলসীবাৰীঃ তৰণী আৰিমত্ত ফুটবল ক্লাবৰ সৌজন্যত স্থানীয় তৰণী মিনি ষ্টেডিয়ামত অনুষ্ঠিত হৈ থকা প্ৰাইজমানি ফুটবল প্ৰতিযোগিতাৰ আজিৰ কোৱাৰ্টাৰ ফাইনেল খেলখন শিলাগুটি কলাগুৰু সংঘ আৰু চামতা মিলন সংঘৰ মাজত অনুষ্ঠিত হয়।

উত্তেজনাপূৰ্ণ খেলখনত ১-০ গলত চামতা মিলন সংঘই বিজয় সাব্যস্ত কৰি ছেমিফাইনেলত প্ৰৱেশ কৰে। খেলখন পৰিচালনা কৰে ৰেফাৰী পহৰেদ আলী আহমেদ, তপন শৰ্মা, দূৰ্গেশ্বৰ চৌধুৰী আৰু ৰোহিণী কলিতাই। 

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0