কেৰিয়াৰ

 | by NNO Digital Desk  |  0

newsnextone | কেৰিয়াৰ ডেস্কঃ 

⇒ AHSEC ত পদখালী৷ অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদত কনিষ্ঠ সহায়কৰ ৩১ টা পদ খালী। শিক্ষাগত অৰ্হতাঃ দ্বাদশ শ্ৰেণী উত্তীৰ্ণ তথা ছমহীয়া কম্পিউটাৰ চাৰ্টিফিকেটধাৰী। আবেদনৰ অন্তিম তাৰিখঃ ৩০ মে, ২০১৮। বয়সৰ উৰ্ধসীমাঃ ১৮ৰ পৰা ৪৪ বছৰ। আবেদনৰ মাধ্যমঃ অনলাইন। আবেদনৰ মাচুলঃ Gen/OBC- 350, SC/ST- 175। 

   ► সবিশেষৰ বাবে ক্লিক কৰক এই লিংকঃ http://www.ahsec.nic.in/Documents/JR%20ASSISTANT%20ADVERTISEMENT.pdf 

 | by NNO Digital Desk  |  0

কেৰিয়াৰ ডেস্কঃ

১. ৰেল বিভাগত চতুৰ্থ বৰ্গৰ ৬২,৯০৭ পদখালী। শিক্ষাগত অৰ্হতাঃ মেট্ৰিক পাছ/ আইটিআই। আবেদনৰ অন্তিম তাৰিখঃ ৩১ মাৰ্চ, ২০১৮। বয়সৰ উৰ্ধসীমাঃ ১৮ৰ পৰা ৩৩ বছৰ। আবেদনৰ মাধ্যমঃ অনলাইন।আবেদনৰ মাচুলঃ Gen- 500, OBC-250, SC/ST- 250। 

 | by NNO WEB BUREAU  |  0
photo-source-ndtv

ডিজি​টেল ডেস্কঃ ৰেলৱে প্ৰৱেশ পৰীক্ষাৰ নামভৰ্তিৰ ক্ষেত্ৰত হোৱা বৰ্দ্ধিত মাচুলৰ ওপৰত ৰেল মন্ত্ৰী পীযুষ গোৱেলে কৈছে, ৰেলৱে প্ৰৱেশ পৰীক্ষা বাবে যাতে কেৱল গুৰুত্বপূৰ্ণ তথা কোনো এটা বিষয়ক গভীৰভাৱে লোৱা পৰীক্ষাৰ্থীসকলেহে প-পত্ৰ পূৰণ কৰে তাৰ প্ৰতি লক্ষ্য ৰাখি মাচুলৰ পৰিমাণ বৃদ্ধি কৰা হৈছে৷

 | by NNO Digital Bureau  |  0

গোৱালপাৰাঃ ৰাজ্য খনৰ কেইবাখনো জিলাত আজিও বৰ্তি আছে কুটিৰ শিল্প৷ কেইবাখনো ঐতিহ্যমণ্ডিত ঠাইত লোক সংস্কৃতিৰ অন্যতম বাহক কুটিৰ শিল্পই অসমীয়া সভ্যতাক দি আহিছে অন্য এক মাত্ৰা৷ আজিও গ্ৰাম্য এলেকাৰ বহু পৰিয়াল কুটিৰ শিল্পৰ সৈতে জড়িত হৈ পৰিয়াল চলাই আহিছে৷

 | by Reetupriya Saikia  |  0

কেৰিয়াৰ ডেস্কঃ ৬ মে’ৰ পৰা আৰম্ভ হ’ব NEET পৰীক্ষা। পৰীক্ষাৰ এডমিছনৰ বাবে আজিৰে পৰা আৰম্ভ হৈছে অনলাইন এপ্লিকেশ্যন প্ৰক্ৰিয়া। এমবিবিএছ আৰু বিডিএছ পঢ়িবলৈ NEET (National Elejebility Entrance Test) পৰীক্ষাত উৰ্ত্তীণ হোৱাটো বাঞ্ছনীয়। অনলাইনত আবেদন কৰা প্ৰক্ৰিয়া ৯ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হৈছে। 

 | by NNO Correspondent  |  0

অভয়াপুৰীঃ হাজাৰ-বিজাৰ সপোন লৈ খেতি পথাৰত ব্যস্ত হৈ পৰিছে এগৰাকী যুৱক৷ এখন কৃষিপামত সদায় ব্যস্ত হৈ থাকি একো নভবাকৈয়ে তাতেই ৰোপণ কৰি গৈছে সপোনৰ বীজ৷ বঙাইগাঁও জিলাৰ অভয়াপুৰীৰ ৰাজীৱ সিংহ নামৰ যুৱকজনে পথাৰত ব্যস্ত থাকি স্বাবলম্বী হোৱাৰ সপোনক সাৰ্থক কৰিছে। ৰাজ্যত শাক-পাচলিৰ অত্যাধিক মূল্যবৃদ্ধিয়ে সৰ্বসাধাৰণৰক জৰুলা কৰি আহিছে।

 | by NNO WEB BUREAU  |  0

ডিজিটেল ডেস্কঃ স্নাতক ডিগ্ৰী লাভৰ পিছত ঘৰত নিৱনুৱা হৈ বহি থাকিবলগীয়া হৈছে। সময় নাযায় নুপুৱাই যেন লাগিছে। পকেটো খালী। চাকৰি বিচাৰি বিচাৰি প্ৰতিদিনে ভাগৰি পৰিছে। এই অৱস্থাৰ পৰা শীঘ্ৰে মুক্তি লাভ কৰিব পাৰে। তাতে যদি ঘৰতে বহি মাহিলি ২৫ হাজাৰ টকা উপাৰ্জন কৰে তেন্তে ক্ষতি কি?

কথাটো ৰেল, বাছ, চহৰৰ দেৱাল বা দৈনিক বাতৰি কাকতৰ বিজ্ঞাপনৰ পৃষ্ঠাত প্ৰকাশিত ভুৱা বিজ্ঞাপনবোৰৰ দৰে নহয়। সাঁচাকৈয়ে ঘৰতে বহি আপুনি উপাৰ্জন কৰিব পাৰে মাহিলি ২৫হাজাৰ টকা পৰ্যন্ত। অৱশ্যে ইয়াৰ বাবে আপোনাৰ কম্পিউটাৰ আৰু ইণ্টাৰনেটৰ সম্যক জ্ঞান থাকিব লাগিব।

 | by NNO Correspondent  |  0

বঙাইগাঁওঃ স্থানীয় যুৱক-যুৱতীৰ মাজত চৰকাৰী চাকৰিৰ বাবে প্ৰতিযোগীতামূলক পৰিৱেশ সৃষ্টি কৰি সফলতাৰে উত্তীৰ্ণ কৰোৱাৰ লক্ষ্যৰে স্থাপিত ব্ৰাইট কেৰিয়াৰ পইন্ট নামৰ প্ৰতিষ্ঠানটোৱে দেওবাৰে আবেলি মুকলি কৰে নিজা ৱেবছাইট৷ 

এই উপলক্ষে প্ৰতিষ্ঠানটোৰ সঞ্চালক ড° বাংকেলাল শৰ্মাৰ সঞ্চালনাত অনুষ্ঠিত অনুষ্ঠানত উপস্থিত থাকি বঙাইগাঁৱৰ জ্যেষ্ঠ সাংবাদিক ৰঞ্জিত কুমাৰ শৰ্মাই www.brightcareerpoint.com শীৰ্ষক ৱেবছাইটটো মুকলি কৰে৷ 

 | by NNO Correspondent  |  0

গুৱাহাটীঃ বিদেশলৈ চিকিৎসা শিক্ষা গ্ৰহণ কৰিবলৈ যোৱা ছাত্ৰ-ছাত্ৰীৰ সংখ্যা ভাৰতত নিতৗে বৃদ্ধি পাবলৈ ধৰিছে। অসম তথা উত্তৰ-পূবৰ পৰাও বছৰি বৃহৎসংখ্যক ছাত্ৰী-ছাত্ৰীয়ে বিদেশৰ বিভিন্ন শিক্ষানুষ্ঠানলৈ চিকিৎসা শিক্ষা মূলতঃ এম বি বি এছ পাঠ্যক্ৰমৰ শিক্ষাগ্ৰহণ কৰিবলৈ যায়।

এনেদৰে বিদেশত চিকিৎসা শিক্ষাগ্ৰহণ কৰিবলৈ বিচৰা ছাত্ৰ-ছাত্ৰীসকললৈ সুখবৰ কঢ়িয়াই আনিছে ফিলিপাইনছৰ ডাভাও চহৰস্থিত ডাভাও মেডিকেল স্কুল ফাউণ্ডেচন(ডি এম এছ এফ)-এ।

 | by NNO Digital Desk  |  0

ডিজিটেল ডেস্কঃ ২১ মে’ত অনুষ্ঠিত Joint Entrance Examination (JEE) Advanced 2017 ৰ ফলাফল দেওবাৰে ঘোষিত হৈছে৷ এইটো লিংকত ক্লিক কৰি চাব পাৰিব ফলাফল https://results.jeeadv.ac.in/
  

Pages