Home কেৰিয়াৰউত্তৰ শিলপুখুৰী পৰীক্ষা কেন্দ্ৰত পৰীক্ষাৰ্থী বহিষ্কাৰ

উত্তৰ শিলপুখুৰী পৰীক্ষা কেন্দ্ৰত পৰীক্ষাৰ্থী বহিষ্কাৰ

by News Desk
A+A-
Reset
cheating-paper-leak-759

নগাঁওঃ সম্প্ৰতি সমগ্ৰ ৰাজ্যতে চলি থকা হাইস্কুল শিক্ষান্ত আৰু হাই মাদ্ৰাছা পৰীক্ষা নিয়াৰিকৈ আৰু সুকলমে অনুষ্ঠিত কৰাৰ লগতে কোনোয়ে যাতে অসৎ উপায় অৱলম্বন কৰিব নোৱাৰে তাৰ বাবে ছেবাই বিভিন্ন কাৰ্যব্যৱস্থা গ্ৰহণ কৰিছে যদিও নকলৰ পয়োভৰ ৰোধ কৰাত কিন্তু সফল হ’ব পৰা নাই৷ 

কিয়নো পৰীক্ষাৰ পহিলা দিনটোৰপৰাই বিভিন্ন প্ৰান্তত নকল কৰাৰ অপৰাধত বহিষ্কাৰ হ’বলগীয়া হৈছে পৰীক্ষাৰ্থী৷ ইয়াৰ ব্যতিক্ৰম নহ’ল আজি অনুষ্ঠিত হোৱা সাধাৰণ গণিতৰ পৰীক্ষাটো৷ জানিব পৰা মতে, নগাঁও জিলাৰ জাজৰিৰ সমীপৱৰ্তী বৰছিলাস্থিত উত্তৰ শিলপুখুৰী মাধ্যমিক বিদ্যালয় পৰীক্ষা কেন্দ্ৰৰপৰা এগৰাকী পৰীক্ষাৰ্থীক বহিষ্কাৰ কৰা হয়৷ 

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0