......নিজস্ব শৈলীৰে উপস্থাপন কৰা মনালিছা শইকীয়াৰ 'শংখনিনাদ  আশীৰ দশকৰ অসম আন্দোলন, অসম চুক্তি তথা সমসাময়িক কালছোৱাত অসমৰ অশান্ত পৰিস্থিতিৰ এক নিৰ্মোহ চিত্ৰ......অসম আন্দোলনৰ দাবীসমূহৰ সৈতে আপোচ কৰি ছাত্ৰ নেতাসকলে স্বাক্ষৰ কৰা অসম চুক্তিয়ে বহুতকে নিৰাশ কৰিছিল.......

নিশা ভূঞা 

মাগুৰ

.....তাইৰ মনত তেতিয়া জেদ আৰু ক্ষোভৰ ঘোঁৰা দৌৰিছে .....গৈ গৈ তাই খাল পালে৷ বোকা-পানীৰে ভৰা খালটোৰ বুকুলৈ তাই মাছকেইটা দলিয়াই দিলে....... মাগুৰকেইটাই এপলক তাইলৈ চালে আৰু পিছমুহূৰ্ততে বোকাৰ মাজত আত্মগোপন কৰিলে...... মুকলি মুকলি অনুভৱ এটাই তাইক চুই গ’ল..... পৃথিৱী তেতিয়া পোহৰ হ’ব ধৰিছে......

সাম্প্ৰতিক সময়ৰ বহু গল্পকাৰৰ গল্প বহু পঢ়ুৱৈয়ে সহজে বুজি নাপায় বুলি কোৱা শুনা যায়। হয়তো নৱতম লেখন শৈলী, বিষয়বস্তু আৰু প্ৰকাশ ভঙ্গীৰ ওপৰত সম্পৰীক্ষা আদিৰ বাবে তেনে কিছু বাধা আহি পৰে। পিছে পঞ্চানন হাজৰিকাৰ গল্প পঢ়ুৱৈৰ বাবে সৃষ্ট এনে বাধাৰ উৰ্দ্ধত। আজিৰ 'কিতাপ কথা'ত পঞ্চানন হাজৰিকাৰ গল্প সংকলন "আন্ধাৰতকৈ উদাস বতাহতকৈ স্বাধীন"​। লিখিছে নিশা ভূঞাই।

♦ সনন্ত তাঁতি

বিজয়ী হোৱাৰ আকাংক্ষাত বতাহৰ পৰা 
প্ৰতিনিয়ত বুটলি লওঁ অনিৰ্বাপিত শব্দবোৰ।
দুৰ্বাৰ আক্ৰমণৰ অনুশীলন কৰো। আন্ধাৰতো 
বিচাৰি ফুৰো শ্ৰেণীব্যাখ্যা, সংজ্ঞা ও সংস্কৃতি।

আক্ৰমণ ৰচিবলৈ প্ৰতিনিয়ত  বাটৰ উৎস 
বিচাৰি থাকো। শ্ৰেণী শত্ৰুৰ ভিতৰে বাহিৰে গৈ 
চিনাকি হোৱাৰ ছলেৰে চিনি লওঁ তেওঁৰ  দুৰ্বলতা 
আৰু শক্তিৰ নিৰ্মাণ। কিয়নো শত্ৰুৰ সতে  
যুঁজিবলৈ হ'লে তেওঁৰ সকলো জানিব লাগিব 
বুলি কমৰেড মাওৱে এদিন কৈছিল আমাৰ  
সকলোকে। 

"দৰকাৰ হ'লে আমি ফুটবলো খেলিম। মেখেলা পিন্ধিয়ে খেলিম। দেখিলে দেখক মতামখাই আমাৰ পোহৰ নেদেখা টিকা… মহাভাৰতখন ভুল হয় যদি হওকচোন।" এনেকৈ কোনে কাক কিয় ক'লে? জানিবলৈ পঢ়ক 'কথা-বন্ধন'। 


 ♦ নৱজিৎ চেলেং


"উঘা ঘূৰাদি ঘূৰে জোন—জীণা।
চিলা উৰাদি উৰে কোন—জীণা।।"