Home ৰাজ্যগোৰেশ্বৰত বিজেপিৰ প্ৰতিবাদী সমদল

গোৰেশ্বৰত বিজেপিৰ প্ৰতিবাদী সমদল

by News Desk
58 views
A+A-
Reset

গোৰেশ্বৰঃ চিপিআইএম সমৰ্থকে কেৰেলাত বিজেপি আৰু আৰ এচএচ কৰ্মীৰ ওপৰত আক্ৰমণ কৰাৰ প্ৰতিবাদত বাক্সা জিলাৰ গোৰেশ্বৰ মণ্ডল বিজেপিয়ে আজি গোৰেশ্বৰ চহৰত এক প্ৰতিবাদী সমদল উলিয়ায়।

গণতন্ত্রৰ হত্যাকাৰী চিপিআইএমৰ এনে আক্ৰমণক গোৰেশ্বৰ মণ্ডল বিজেপিয়ে কঠোৰ ভাষাৰে গৰিহণা দিয়ে। সমদলত অংশগ্ৰহণ কৰা বিজেপি সমৰ্থকে চিপিআইএম নিপাত যাওঁক, বিজেপিৰ ওপৰত আক্ৰমণ বন্ধ কৰক, দিশহাৰা চিপিআইএম হায় হায় আদি শ্ল’গান দি পৰিৱেশ উত্তাল কৰি তোলে৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0