Home ৰাজ্যস্নাতক বৰ্ষৰ ছাত্ৰ ছাত্ৰীৰ বাবে বিশেষ জলপানী ব্যৱস্থা

স্নাতক বৰ্ষৰ ছাত্ৰ ছাত্ৰীৰ বাবে বিশেষ জলপানী ব্যৱস্থা

by News Desk
67 views
A+A-
Reset

গুৱাহাটীঃ অসমৰ মূখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰাৰ লগে লগে প্ৰথমেই ছাত্ৰী সকলক দ্বাদশ শ্ৰেণীলৈ আৰু ছাত্ৰ সকলক দশম শ্ৰেণীলৈ বিনামূলীয়া শিক্ষা গ্ৰহণৰ ব্যৱস্থা প্রৱর্তন কৰে। তেওঁৰ প্ৰতি সন্মান জনাই কলেজ ষ্টুডেণ্টচ্ ওৱেলফেয়াৰ কমিটি নামৰ স্বেচ্ছাসেৱী সংস্থাটোৱে কলেজৰ ছাত্ৰী ছাত্ৰী সকলৰ মাজত ছাত্ৰ জলপানী দিয়াৰ পৰিকল্পনা কৰিছে। এই বিষয়ে ৰাইজক অৱগত কৰাৰ বাবেই আজি গুৱাহাটী প্ৰেচ ক্লাবত ষ্টুডেণ্টচ্ ওৱেলফেয়াৰ কমিটিয়ে এক সংবাদমেল অনুষ্ঠিত কৰে। 

সংবাদমেল খনত এই চি এচ ডব্লিউ চিৰ সভাপতি অভিনৱ বৰবৰাই জনায় যে এই জলপানীৰ আৰ্থিক সাহায্য প্ৰদানৰ বাবে বাছনি প্ৰক্ৰিয়াৰ যোগেদি দুজন ছাত্ৰ-ছাত্ৰী নিৰ্বাচিত কৰা হ’ব। এই বাচনি প্ৰক্ৰিয়াৰ বাবে এখন বিশেষ কমিটিও গঠন কৰা হৈছে। ইচ্ছুক ছাত্ৰ-ছাত্ৰীসকলে কলেজ ষ্টুডেণ্টচ্ ওৱেলফেয়াৰ কমিটিৰ ৱেবছাইট www.cswcommittee.com  যোগে আবেদন কৰিব পাৰিব।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0