61
মোৰাঝাৰঃ যমুনামুখ বিধান সভা সমষ্টিৰ পৰা ইউ ডি এফক উৎসাত কৰাৰ বাবে উঠি পৰি লাগিছে বিজেপিয়ে৷ শনিবাৰে বিজেপিৰ সংখ্যালঘু মৰ্চাৰ পূব বিন্নাকান্দি মণ্ডল সমিতিৰ উদ্যোগত মোৰাঝাৰৰ দীঘলজাৰত এখন ৰাজহুৱা সভা অনুষ্ঠিত হয়।
সভাত উপস্থিত থাকি বিজেপিৰ জিলা সভাপতি সমীৰ চক্ৰৱৰ্তীয়ে ইউডিএফ, অগপ আৰু কংগ্ৰেছৰ বিৰুদ্ধে সকলো ৰাইজ বিতুষ্ট হৈ বিজেপিক আকোঁৱালি লোৱা বুলি কয়৷