59
তেজপুৰ টাউনঃ সমগ্ৰ দেশৰ লগতে অসমতো পোহৰৰ উৎসৱ দিপাৱলী উদযাপনৰ বাবে ব্যাপক প্ৰস্তুতি চলাই থকা পৰিলক্ষিত হৈছে৷ মাজতে মাথো ৪টা দিন বাকি থকা অৱস্থাত ৰাজ্যৰ চুকে-কুণে মৃৎ শিল্পীসকলৰ ব্যস্ত বাঢ়িছে৷ মৃৎ শিল্পীসকলে সাজু কৰি উলিয়াইছে বিভিন্ন তৰহৰ মাটিৰ চাকি।
সমগ্ৰ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে তেজপুৰৰ মহিলা সকলৰ মাজতো ব্যাপক ব্যস্ততা দেখিবলৈ পোৱা গৈছে। সাজু কৰি উলিয়াইছে ৰং-বিৰঙৰ জাকজমকীয়া মমবাতি।