86
ডিজিটেল ডেস্কঃ বলিউডৰ সুন্দৰী দীপিকা পাডুকনে ৰাণী পদ্মাৱতী হৈ সোনকালেই দৰ্শকৰ হৃদয় জিনিবলৈ সাজু হৈ আছে। ১ ডিচেম্বৰত মুক্তি পাব পদ্মাৱতী বোলছবি খনে। কিন্তু এই বোলছবিখনৰ বাবে নহয়, অন্য কাৰণত হে চৰ্চিত হৈ পৰিছে অভিনেত্ৰী দীপিকা।
এক সাক্ষাৎকাৰ অনুষ্ঠানত দীপিকাই প্ৰাক্তন প্ৰেমিক ৰণবীৰ কাপুৰৰ বিষয়ে এনেকুৱা এটা কথা কৈ পেলায় যে বৰ্তমানৰ প্ৰেমিক ৰণবীৰ সিং সহিতে সমগ্ৰ বলিউড আচৰিত হৈ পৰে৷