দীপাৱলী উপলক্ষে ওদালগুৰি প্ৰশাসনৰ নিষেধাজ্ঞা

Home ৰাজ্যদীপাৱলী উপলক্ষে ওদালগুৰি প্ৰশাসনৰ নিষেধাজ্ঞা

দীপাৱলী উপলক্ষে ওদালগুৰি প্ৰশাসনৰ নিষেধাজ্ঞা

by News Desk
57 views
A+A-
Reset

ওদালগুৰিঃ আগন্তুক কালী পূজা আৰু পোহৰৰ উৎসৱ দীপাৱলীৰ সময়ছোৱাত ৰাজহুৱা শান্তি-সম্প্ৰীতিত ব্যাঘাত জন্মাৰ আশংকা কৰি আৰু ৰাইজৰ জীৱন-সম্পত্তিৰ নিৰাপত্তাৰ প্ৰতি লক্ষ্য ৰাখি সমগ্ৰ জিলাখনত তৎকালীনভাৱে বলৱৎ হোৱাকৈ ওদালগুৰি জিলা প্ৰশাসনে কেতবোৰ নিষেধাজ্ঞা জাৰি কৰিছে।

এই নিষেধাজ্ঞা অনুসৰি নিশা ১০ বজাৰ পৰা পিচদিনা পুৱা ৬ বজালৈ ফটকা ফুটোৱা, চিকিৎসালয়, শিক্ষানুষ্ঠান তথা অন্যান্ন ৰাজহুৱা নিৰৱতা অৱলম্বন কৰিবলগীয়া স্থানত ফটকা ফুটোৱা, ১২৫ ডেচিবেলতকৈ অধিক প্ৰাবল্যৰ ফটকা ফুটোৱা ইত্যাদি ক্ষেত্ৰত নিষেধাজ্ঞা জাৰি কৰিছে।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0