Home ৰাজ্যডাক্তৰ-নাৰ্চৰ ভুলৰ বাবেই সাত বছৰ যন্ত্ৰনাৰ জীৱন কটাইছে দূৰ্লভে

ডাক্তৰ-নাৰ্চৰ ভুলৰ বাবেই সাত বছৰ যন্ত্ৰনাৰ জীৱন কটাইছে দূৰ্লভে

by News Desk
85 views
A+A-
Reset

চিচিবৰগাঁওঃ এটি সাত বছৰীয়া শিশু, যি সময়ত শিশুটিয়ে সমনীয়াৰ লগত দৌৰি খেলি ফুৰিব লাগিছিল, স্কুল যাব লাগিছিল সেই সময়ত পিতৃ মাতৃৰ কোলাতে সি পাৰ কৰিবলগীয়া হৈছে জীৱনৰ সোণালী সময়৷ এই দুৰ্ভগীয়া শিশুটি হৈছে ধেমাজি উন্নয়ন খণ্ডৰ অধীনৰ এৰাঢল গাঁও পঞ্চায়তৰ বৰগাঁও নিৱাসী দিলিপ সোনোৱাল আৰু নাজিতৰা সোনোৱালৰ পুত্ৰ৷ 

২০১০ চনৰ ২১ জানুৱাৰীত ধেমাজি অসামৰিক চিকিৎসালয়ত পৰিয়ালৰ লোকে ভৰ্তি কৰাইছিল প্ৰসৱ বেদনাত চটফটাই থকা নাজিতৰা সোনোৱালক। সেই সময়ত কৰ্তব্যত আছিল স্ত্ৰী ৰোগ বিশেষজ্ঞ ডাক্তৰ টি টাইদ। টাইদে ২০০০ টকাৰ বিনিয়ত চিজাৰিয়ান কৰিবলৈ জোৰ কৰিছিল। সেই সময়ত দৰিদ্ৰ পৰিয়ালটোৰ হাতত ডাক্তৰক দিব পৰাকৈ পৰ্যাপ্ত ধন নথকাৰ অচিলা লৈ ডাক্তৰ-নাৰ্চে কোনো গুৰুত্ব প্ৰদান কৰা নাছিল প্ৰসৱ বেদনাত চটফটাই থকা নাজিতৰাক৷ 

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0